দিল্লীত অব্যাহত উত্তেজনা! মৃত্যু হোৱা লোকৰ সংখ্যা ১৩লৈ বৃদ্ধি…

দিল্লীত অব্যাহত উত্তেজনা! মৃত্যু হোৱা লোকৰ সংখ্যা ১৩লৈ বৃদ্ধি…

  • দিল্লীত অব্যাহত উত্তপ্ত পৰিস্থিতি।
  • 'কা' বিৰোধী প্ৰতিবাদৰ সমাজতে সংঘটিত এই হিংসাত্মক ঘটনা।
  • দিল্লীত বৰ্তমানলৈ এই হিংসাত্মক ঘটনাত নিহত ১৩জনকৈ লোক।
  • এই কথা জনাইছে গুৰু কেজ বাহাদুৰ হাস্পতালৰ কৰ্তৃপক্ষই।
  • উল্লেখ্য যে, বুধবাৰে এই উত্তপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ ৰখা হ'ব উত্তৰ-পূব দিল্লীৰ সকলো বিদ্যালয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in