ফাইনেলত প্ৰৱেশ ডিফেণ্ডিং চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ, দেওবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে যুঁজ…

ফাইনেলত প্ৰৱেশ  ডিফেণ্ডিং চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ, দেওবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে যুঁজ…
  • আই পি এলৰ দ্বাদশ সংস্কৰণৰ ফাইনেলত প্ৰৱেশ ডিফেণ্ডিং চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ।
  • বিশাখাপট্টনমত অনুষ্ঠিত কোৱালিফায়াৰ-২ত চেন্নাইৰ বিৰুদ্ধে ৬ উইকেটত পৰাস্ত দিল্লী কেপিটেলছ।
  • মেচখনত দিল্লীয়ে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৪৭ ৰান।
  • ইয়াৰ প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছৰ অপেনাৰদ্বয় ফাফ ডু প্লেচিছ আৰু শ্বেন ৱাটছনৰ দৰ্শনীয় অৰ্ধশতকৰ সহায়ত ৪টা উইকেট হেৰুৱাই ১৯ অভাৰত বিজয় লক্ষ্যত উপনীত হয় চেন্নাই।
  • দেওবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ফাইনেলত যুঁজ দিবলৈ খেলপথাৰত নামিব চেন্নাই ছুপাৰ কিংছ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in