শেহতীয়া খবৰ
ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন…  •  লখিমপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন...  •  যোৰহাট লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন…  •  তেজপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন...  •  কলিয়াবৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন...  •  ফলাফল ঘোষণাৰ পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থীৰ ওপৰত দুৰ্বৃত্তৰ গুলীচালনা, গুৰুতৰভাৱে আহত...  •  সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত নগাৰ বেদখল, অসমৰ মাটিত শ শ হেক্টৰ তামোল পুলি  •  সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত নগাৰ বেদখল, অসমৰ মাটিত শ শ হেক্টৰ তামোল পুলি  •  ঘৰৰ মজিয়াত ওলাল ঘৰিয়াল, তাৰ পিছত...  •  ঢকুৱাখনাৰ চাৰিকৰীয়া নদীত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

ফাইনেলত প্ৰৱেশ ডিফেণ্ডিং চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ, দেওবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে যুঁজ…

335
  • আই পি এলৰ দ্বাদশ সংস্কৰণৰ ফাইনেলত প্ৰৱেশ ডিফেণ্ডিং চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ।
  • বিশাখাপট্টনমত অনুষ্ঠিত কোৱালিফায়াৰ-২ত চেন্নাইৰ বিৰুদ্ধে ৬ উইকেটত পৰাস্ত দিল্লী কেপিটেলছ।
  • মেচখনত দিল্লীয়ে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৪৭ ৰান।
  • ইয়াৰ প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছৰ অপেনাৰদ্বয় ফাফ ডু প্লেচিছ আৰু শ্বেন ৱাটছনৰ দৰ্শনীয় অৰ্ধশতকৰ সহায়ত ৪টা উইকেট হেৰুৱাই ১৯ অভাৰত বিজয় লক্ষ্যত উপনীত হয় চেন্নাই।
  • দেওবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ফাইনেলত যুঁজ দিবলৈ খেলপথাৰত নামিব চেন্নাই ছুপাৰ কিংছ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি