অনুশীলনৰ সময়তে ডিঙিত কাড় লগা শিৱাংগিনী গোঁহাইৰ অস্ত্ৰোপচাৰ সম্পন্ন…

অনুশীলনৰ সময়তে ডিঙিত কাড় লগা শিৱাংগিনী গোঁহাইৰ অস্ত্ৰোপচাৰ সম্পন্ন…
  • খেল' ইণ্ডিয়াত অংশ ল'বলৈ প্ৰস্তুতি চলাই থকা সময়তে শৰবিদ্ধ হোৱা ডিব্ৰুগড়ৰ শিৱাংগিনী গোঁহাইৰ অস্ত্ৰোপচাৰ সম্পন্ন।
  • অস্ত্ৰোপচাৰৰ পাচত বৰ্তমান খেলুৱৈগৰাকীক ৰখা হৈছে আই চি ইউত।
  • ডিব্ৰুগড়ৰ শিৱাংগিনী গোঁহাই নামৰ ১২ বছৰীয়া খেলুৱৈগৰাকী বৰ্তমান দিল্লীত চিকিৎসাধীন।
  • আৰ্চাৰীৰ অনুশীলনৰ সময়ত দুৰ্ঘটনাবশত ডিঙিত লাগিছিল কাঁড়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in