শেহতীয়া খবৰ
মঙলবাৰৰ পৰা মথুৰাপুৰত কেৱল কাল সংহতি সংঘৰ কেন্দ্ৰীয় অধিৱেশন আৰম্ভ, প্ৰতিনিধি, বাপ-বান্ধৱৰ উপস্থিতিত উদুলি-মুদুলি অধিৱেশন থলী  •  ভুৱা ডিগ্ৰী গোচৰত উচ্চ ন্যায়ালয়ে কৰিলে অযোগ্য ঘোষণা, দিল্লীৰ ত্ৰিনগৰ সমষ্টিৰ পৰা জীতেন্দ্ৰ সিঙৰ পৰিৱৰ্তে পত্নীক টিকট দিলে AAP-এ  •  গহপুৰত ধুমুহাৰ তাণ্ডৱ...  •  শুভবুদ্ধি উদয় হ'ল আৰক্ষীৰ! ভাইৰেল ভিডিঅ'ৰ বাবে থানাত হাজিৰ হ'ব নালাগে হিমাংশু...  •  শুভবুদ্ধি উদয় হ'ল আৰক্ষীৰ! ভাইৰেল ভিডিঅ'ৰ বাবে থানাত হাজিৰ হ'ব নালাগে হিমাংশু...  •  গণৰাজ্য ‌দিৱসৰ প্ৰাকক্ষণত চৰাইদেউত বিস্ফোৰণ...  •  মঙলবাৰে লক্ষ্ণৌলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ  •  গুজৰাটত বিধ্বংসী অগ্নিকাণ্ড  •  নাগৰিকত্ব সংশোধনী আইনে অসমৰ ভাষা, সংস্কৃতি বিপন্ন কৰিব, অসমত ২০২৬ বৰ্ষত হ’বলগীয়া নিৰ্বাচনত অসমীয়াই অস্তিত্ব হেৰুৱাবঃ অগপ বিধায়ক  •  বৰ্ণিল সাংস্কৃতিক বিনিময় অনুষ্ঠানেৰে সামৰণি পৰিল ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ, অসমৰ চহকী কৃষ্টি-সংস্কৃতি দেখি আশ্চৰ্য প্ৰকাশ অষ্ট্ৰেলিয়াৰ পৰ্যটকৰ

অনুশীলনৰ সময়তে ডিঙিত কাড় লগা শিৱাংগিনী গোঁহাইৰ অস্ত্ৰোপচাৰ সম্পন্ন…

1,444
  • খেল’ ইণ্ডিয়াত অংশ ল’বলৈ প্ৰস্তুতি চলাই থকা সময়তে শৰবিদ্ধ হোৱা ডিব্ৰুগড়ৰ শিৱাংগিনী গোঁহাইৰ অস্ত্ৰোপচাৰ সম্পন্ন।
  • অস্ত্ৰোপচাৰৰ পাচত বৰ্তমান খেলুৱৈগৰাকীক ৰখা হৈছে আই চি ইউত।
  • ডিব্ৰুগড়ৰ শিৱাংগিনী গোঁহাই নামৰ ১২ বছৰীয়া খেলুৱৈগৰাকী বৰ্তমান দিল্লীত চিকিৎসাধীন।
  • আৰ্চাৰীৰ অনুশীলনৰ সময়ত দুৰ্ঘটনাবশত ডিঙিত লাগিছিল কাঁড়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি