ঘন কুঁৱলীৰ বাবে ৰাজধানী দিল্লীত ব্যাহত ৰে’ল সেৱা

ফাইল ফটো
ফাইল ফটো
  • ঘন কুঁৱলীৰ বাবে ৰাজধানী দিল্লীত ব্যাহত ৰে'ল সেৱা।
  • ঘন কুঁৱলীৰ বাবে ১২ খন ৰে'লৰ যাত্ৰাত বিলম্ব।
  • কেইবাদিনো ধৰি কুঁৱলীৰ বাবে ব্যাহত হৈ আহিছে ৰে'ল সেৱা।
  • ঘন কুৱলীৰ বাবে বিগত কেইটামান দিনত ব্যাহত হৈছে বিমান সেৱায়ো ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in