তালিবানক সমৰ্থন জনোৱা অসমৰ ১২ গৰাকীক আটক…

তালিবানক সমৰ্থন জনোৱা অসমৰ ১২ গৰাকীক আটক…
  • বিশ্বত্ৰাস তালিবানলৈ সমৰ্থন জনোৱাৰ অপৰাধত অসমৰ ১২ গৰাকী ব্যক্তিক আটক।
  • অসমৰ মুঠ ১০ খন জিলাৰ পৰা আটক কৰা হৈছে এই ব্যক্তিসকলক।
  • এই ১২ জন ব্যক্তিৰ মাজত আছে এগৰাকী মেডিকেলৰ ছাত্ৰ।
  • তেজপুৰ মেডিকেলত এম বি বি এছ পাঠ্যক্ৰমত অধ্যয়ন কৰি আছিল ছাত্ৰজনে।
  • ছাত্ৰজনৰ ঘৰ হাইলাকান্দিত বুলি জানিব পৰা গৈছে।
  • আনহাতে দুজন মৌলানাকো আটক কৰিছে আৰক্ষীয়ে।
  • বিদেশত থকা আন তিনিগৰাকী ব্যক্তিৰো তথ্য লাভ কৰিছে আৰক্ষীয়ে।
  • আটকাধীন ১২ গৰাকী ব্যক্তিয়েই সামাজিক মাধ্যমত তালিবানক সমৰ্থন জনাইছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in