উত্তৰাখণ্ডৰ পথ দুৰ্ঘটনাত নিহত সংখ্যা ১২ জনলৈ বৃদ্ধি

উত্তৰাখণ্ডৰ পথ দুৰ্ঘটনাত নিহত সংখ্যা ১২ জনলৈ বৃদ্ধি
  • উত্তৰাখণ্ডৰ উত্তৰকাশীত দেওবাৰে সংঘটিত পথ দুৰ্ঘটনাত নিহতৰ সংক্যা ১২ জনলৈ বৃদ্ধি।
  • ৯ জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰীৰ দলে।
  • দেওবাৰে দুপৰীয়া উত্তৰকাশীৰ নগাঁৱৰ পৰা বিকাশ নগৰলৈ গৈ থকা এখন যাত্ৰীবাহী বাছ বাগৰি পৰিছিল দ খাৱৈত।
  • দামতাৰ সমীপত সংঘটিত হৈছিল এই পথ দুৰ্ঘটনা।
  • বৰ্তমানেও আৰক্ষী আৰু উদ্ধাৰকাৰী দলে চলাই আছে উদ্ধাৰ অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in