১৩ মে’ত অগপৰ বিধায়নী দলৰ বৈঠক…

১৩ মে’ত অগপৰ বিধায়নী দলৰ বৈঠক…
  • ১৩ মে'ত অনুষ্ঠিত হ'ব অগপৰ বিধায়নী দলৰ বৈঠক।
  • ৰাজ্যসভা নিৰ্বাচনকলৈ আলোচনা হ'ব উক্ত বৈঠকখনত।
  • বৈঠকত উপস্থিত থাকিব অগপৰ সকলো বিধায়ক।
  • ইতিমধ্যে ৰাজ্যসভাৰ আসনক লৈ বিপৰীত মন্তব্য অগপ-বিজেপি সভাপতিদ্বয়ৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in