শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

বাৰ্ড ফ্লুত আক্ৰান্ত হৈ কিশোৰৰ মৃত্যু…

ডিজিটেল ডেস্কঃ দিল্লীস্থিত এইমছত মঙলবাৰে মৃত্যু হয় এটি ১১ বছৰীয়া কিশোৰৰ। হাৰিয়ানাৰ কিশোৰজন এইচ৫এন১ অৰ্থাৎ বাৰ্ড ফ্লুত আক্ৰান্ত হৈছিল বুলি জানিব পৰা গৈছে। লক্ষণীয় যে, দেশত বাৰ্ড ফ্লুত আক্ৰান্ত হৈ চলিত বৰ্ষত মৃত্যু হোৱা এয়াই প্ৰথম ঘটনা। পুনেৰ নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীৰ এক ৰিপৰ্টত কিশোৰজন বাৰ্ড ফ্লুত আক্ৰান্তৰ কথা স্পষ্ট কৰা হৈছে।

জানিব পৰা মতে, প্রথম কিশোৰজনৰ কোভিড টেষ্ট কৰা হয় আৰু কিশোৰজনৰ কোভিড নিগেটিভ আহে। তাৰপাছত বাৰ্ড ফ্লুৰ পৰীক্ষা কৰাত পজিটিভ ধৰা পৰে। নিমনিয়া আৰু ল্যুকেমিয়াত প্রথমে আক্ৰান্ত হোৱাৰ পাছত ২ জুলাইত সুশীল নামৰ কিশোৰটিক ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি