শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

মাৰ্ঘেৰিটাৰ ৰে’ল ষ্টেচনত বহিঃৰাজ্যৰ ১১ অসুস্থ অচিনাক্ত লোকক লৈ চাঞ্চল্য…

3,269
  • মাৰ্ঘেৰিটাত ১১জনকৈ বহিঃৰাজ্যৰ অচিনাক্ত লোক।
  • লোক কেইজনে ৰেলৱে ষ্টেচনত বৰ্তমান বাহৰ পাতি আছে।
  • কামৰূপ এক্সপ্ৰেছযোগে ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈ আহিছিল এই লোক কেইজন।
  • লোক কেইজনৰ সন্দৰ্ভত কোনো তথ্য নাই।
  • লোক কেইজনক লৈ সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি।
  • এই লোক কেইজনৰ ভিতৰত এগৰাকী মহিলাও আছে।
  • শাৰীৰিকভাৱে তেওঁলোক অসুস্থ বুলি জানিব পৰা গৈছে।
  • প্রশাসনৰ লোকক খবৰ দিয়া হৈছে যদিও বৰ্তমানলৈকে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি