মাৰ্ঘেৰিটাৰ ৰে’ল ষ্টেচনত বহিঃৰাজ্যৰ ১১ অসুস্থ অচিনাক্ত লোকক লৈ চাঞ্চল্য…

মাৰ্ঘেৰিটাৰ ৰে’ল ষ্টেচনত বহিঃৰাজ্যৰ ১১ অসুস্থ অচিনাক্ত লোকক লৈ চাঞ্চল্য…
  • মাৰ্ঘেৰিটাত ১১জনকৈ বহিঃৰাজ্যৰ অচিনাক্ত লোক।
  • লোক কেইজনে ৰেলৱে ষ্টেচনত বৰ্তমান বাহৰ পাতি আছে।
  • কামৰূপ এক্সপ্ৰেছযোগে ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈ আহিছিল এই লোক কেইজন।
  • লোক কেইজনৰ সন্দৰ্ভত কোনো তথ্য নাই।
  • লোক কেইজনক লৈ সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি।
  • এই লোক কেইজনৰ ভিতৰত এগৰাকী মহিলাও আছে।
  • শাৰীৰিকভাৱে তেওঁলোক অসুস্থ বুলি জানিব পৰা গৈছে।
  • প্রশাসনৰ লোকক খবৰ দিয়া হৈছে যদিও বৰ্তমানলৈকে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in