গোদাবৰী নদীত নাও দুৰ্ঘটনা, নিহতৰ সংখ্যা ১১জনলৈ বৃদ্ধি…

গোদাবৰী নদীত নাও দুৰ্ঘটনা, নিহতৰ সংখ্যা ১১জনলৈ বৃদ্ধি…
  • অন্ধ্ৰপ্ৰদেশৰ পূব গোদাবৰী জিলাত গোদাবৰী নৈত ডুব গ'ল পৰ্যটক বিভাগৰ এখন নাও।
  • দুৰ্ঘটনাত বৰ্তমানলৈ মৃত্যু হৈছে ১১জনকৈ লোক।
  • নাওখনত আছিল মুঠ ৬১জনকৈ লোক।
  • বৰ্তমানেও অব্যাহত আছে উদ্ধাৰকাৰী দলৰ অভিযান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in