সাময়িকভাৱে স্থগিত ১০২ আৰু ১০৮ৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদ

সাময়িকভাৱে স্থগিত ১০২ আৰু ১০৮ৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদ
  • সাময়িকভাৱে স্থগিত ১০৮ আৰু ১০২ৰ জৰুৰীকালীন সেৱাৰ কৰ্মীৰ প্ৰতিবাদ।
  • মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ আহ্বানত এই সিদ্ধান্ত গ্ৰহণ কৰ্মচাৰীসকলৰ।
  • ২১ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰে এক বৈঠকত মিলিত হ'ব কৰ্মচাৰীসকল।
  • বিগত কিছুদিন ধৰি কৰ্মচাৰীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছিল যদিও গুৰুত্ব দিয়া নাছিল চৰকাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in