কোভিডক পৰাস্ত কৰিলে ১০১ বছৰীয়া আইতাই…

কোভিডক পৰাস্ত কৰিলে ১০১ বছৰীয়া আইতাই…

ডিজিটেল ডেস্ক : কোভিডত আক্ৰান্ত হোৱা ১০১ বছৰীয়া আইতা মাই সান্দিকৈয়ে কোভিডত আক্ৰান্ত হৈ মহেন্দ্ৰ মোহন চৌধুৰী চিকিতসালয়ত চিকিতসাধীন হৈ আছিল । বুধবাৰে আইতা গৰাকীৰ শ্বোৱাব টেষ্টৰ ফলাফল নিগেটিভ আহে । আইতা গৰাকীক বুধবাৰে চিকিতসালয়ৰ পৰা আৰোগ্য হৈ ঘৰলৈ উভতে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in