শেহতীয়া খবৰ
বঙাইগাঁৱত খেদি খেদি দাৰে কাটি হত্যা এজনক  •  তৃতীয়খন টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়  •  নলবাৰীত ৰমেশ চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ-গ্ৰন্থ উন্মোচনী সভা  •  অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নহয়! ধনদাবী কৰি ৰঙাঘৰত সোমাল জাতীয় সংগঠনৰ নেতা  •  সৰুপথাৰত প্ৰাণতোষ দাস সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা সম্পন্ন  •  অভয়াপুৰীৰ কাকৈজানাত পথ দুৰ্ঘটনাত নিহত শিক্ষক  •  আগন্তুক বিটিএডি নিৰ্বাচনত শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব বিজেপিঃ ওদালগুৰিত বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়  •  বান্দৰদেৱাত ভাড়াঘৰত উদ্ধাৰ হেৰ’ইন, পলাতক মুল অভিযুক্ত...  •  জম্মু-কাশ্মীৰৰ নিষেধাজ্ঞা সন্দৰ্ভত কি ক’লে ৰাজ্যপাল সত্যপাল মালিকে...  •  প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীক স্মৰণ নলবাৰী জিলা বিজেপিৰ...

বেয়া খবৰ, ৰাজহুৱা খণ্ডৰ বেংকে হ্ৰাস কৰিছে এ টি এমৰ সংখ্যা…

791

ডিজিটেল ডেস্কঃ এ টি এম ব্যৱহাৰকাৰী সকলৰ বাবে বেয়া খবৰ। দেশত হ্ৰাস পাইছে এ টি এমৰ সংখ্যা। ৰাজহুৱা খণ্ডৰ বেংকে বন্ধ কৰিছে কেইবাহাজাৰো এ টি এম। অৱশ্যে ৰিজাৰ্ভ বেংকৰ এক তথ্য অনুসৰি ২০১৭ চনৰ ছেপ্তেম্বৰ মাহত দেশত আছিল ২,২১,৫৫৩ টা এ টি এম। কিন্তু ২০১৯ বৰ্ষৰ মাৰ্চ মাহত হ্ৰাস পাই এই সংখ্যা হৈছেগৈ ২,২১,৭০৩ টা।

উল্লেখ্য যে, উন্নত প্ৰযুক্তিৰ লগতে ৰিজাৰ্ভ বেংকৰ নগদ ধন সম্পৰ্কীয় নতুন নীতিৰ বাবে এ টি চলোৱাটো বহু বেংকৰ বাবে ব্যয়বহুল হৈ পৰিছে। এ টি এম চলোৱাৰ বাবে পূৰ্বৰ তুলনাত অধিক ধন খৰচ কৰিব লগা হৈছে বেংকসমূহে। যাৰ বাবে ৰাজহুৱা খণ্ডৰ বেংকে বন্ধ কৰিছে ১০,৮০৯ টা এটি এম। ইফালে ব্যক্তিগত খণ্ডৰ বেংকে নতুনকৈ সংস্থাপন কৰিছে ৩,৯৭৫ টা এ টি এম। ইফালে এ টি এমৰ সংখ্যা হ্ৰাস কৰাৰ বাবে বহুতো অসুবিধাত পৰিছে সাধাৰণ ৰাইজ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি