আমফানে বিধ্বস্ত কৰা পশ্চিমবংগলৈ কেন্দ্ৰৰ ১০০০ কোটি, নিহতৰ পৰিয়াললৈ ২ লাখ, আহতক ৫০ হেজাৰ টকা প্ৰধানমন্ত্ৰীৰ…

আমফানৰ ফাইল ফটো
আমফানৰ ফাইল ফটো
  • আমফানে বিধ্বস্ত কৰা পশ্চিমবংগলৈ কেন্দ্ৰৰ সহায়।
  • ১০০০ কোটি টকা প্ৰদান কৰা হ'ব পশ্চিমবংগলৈ।
  • ইফালে আমফানৰ ফলত যিসকল লোকে প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ পৰিয়ালক ২ লাখকৈ টকা প্ৰদান কৰা হ'ব।
  • ইফালে আহত হোৱা লোকসকলকো প্ৰদান কৰা হ'ব ৫০,০০০কৈ টকা।
  • প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগৰ ঘূৰ্ণিবতাহৰ পাছৰ পৰিৱেশ অধ্যয়ন কৰাৰ পাছতে টুইটযোগে এই কথা ঘোষণা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in