শেহতীয়া খবৰ
অসমৰ বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ পেনেলত কোন কোন সাংসদ... • অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • কোৰোনাৰ আতংক! ৫খন ৰাজ্যৰ পৰা কৰ্ণাটকলৈ ঘূৰি যাব নোৱাৰিব প্ৰবাসী শ্ৰমিক... • পুনৰ ২৫জনৰ দেহত ধৰা পৰিল কোভিড-১৯... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী... • দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ

আমফানে বিধ্বস্ত কৰা পশ্চিমবংগলৈ কেন্দ্ৰৰ ১০০০ কোটি, নিহতৰ পৰিয়াললৈ ২ লাখ, আহতক ৫০ হেজাৰ টকা প্ৰধানমন্ত্ৰীৰ…

417
  • আমফানে বিধ্বস্ত কৰা পশ্চিমবংগলৈ কেন্দ্ৰৰ সহায়।
  • ১০০০ কোটি টকা প্ৰদান কৰা হ’ব পশ্চিমবংগলৈ।
  • ইফালে আমফানৰ ফলত যিসকল লোকে প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ পৰিয়ালক ২ লাখকৈ টকা প্ৰদান কৰা হ’ব।
  • ইফালে আহত হোৱা লোকসকলকো প্ৰদান কৰা হ’ব ৫০,০০০কৈ টকা।
  • প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগৰ ঘূৰ্ণিবতাহৰ পাছৰ পৰিৱেশ অধ্যয়ন কৰাৰ পাছতে টুইটযোগে এই কথা ঘোষণা কৰিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি