শেহতীয়া খবৰ
কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ উদ্যোগত ৩১ জানুৱাৰীৰ পৰা টংলাত দুদিনীয়া কলাগুৰু সংগীত মহোৎসৱ-২০২০ৰ আয়োজন  •  ইণ্ডিগ’ বিমানত অৰ্ণৱ গোস্বামীৰ সৈতে কি হৈছিল কুণাল কামৰাৰ, VIDEO  •  'কা'ৰ সমৰ্থক আৰু 'কা' বিৰোধীৰ মাজত সংঘাত, প্ৰাণ হেৰুৱালে ২ জনে...  •  ডুমডুমাৰ ৰূপাইচাইডিঙত গুলীচালনা, নিহত এজন...  •  জেডিইউ নেতা প্ৰশান্ত কিশোৰ আৰু পৱন বাৰ্মাক বহিস্কাৰ...  •  তৃতীয় টি২০ৰ নিউজিলেণ্ডৰ বিৰুদ্ধে ছুপাৰ অভাৰত খেল দেখুৱালে ৰোহিত শৰ্মাই  •  তৃতীয় টি২০ৰ নিউজিলেণ্ডৰ বিৰুদ্ধে ছুপাৰ অভাৰত খেল দেখুৱালে ৰোহিত শৰ্মাই  •  ভাৰত-নিউজিলেণ্ডৰ তৃতীয়খন টি-২০ ড্ৰ, চুপাৰ অভাৰে নিৰ্ণয় কৰিব ভাগ্য...  •  বোকাখাতৰ শংকৰদেৱ সংঘৰ অধিৱেশনলৈ নেতা-মন্ত্ৰীক মতাৰ সিদ্ধান্ত...  •  পুনেত কা, এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আটক ২৫০ গৰাকী...

এদিনীয়া আৰু টি-২০ মেচৰ বাবে পাকিস্তানলৈ যাবলগীয়া শ্ৰীলংকাৰ ১০জন ক্ৰিকেটাৰৰ ভ্ৰমণসূচী বাতিল…

1,546
  • পাকিস্তানলৈ যাবলগীয়া শ্ৰীলংকা ক্ৰিকেট দলৰ খেলুৱৈসকলৰ ভ্ৰমণসূচী বাতিল।
  • ১০গৰাকী শ্ৰীলংকাৰ ক্ৰিকেটাৰ এই ভ্ৰমণ বাতিল কৰা হৈছে।
  • নিৰাপত্তাৰ কাৰণতেই বাতিল কৰা হৈছে খেলুৱৈসকলৰ ভ্ৰমণ।
  • উল্লেখ্য যে, দলটোৱে ৩খন এদিনীয়া আৰু ৩খন টি-২০ মেচৰ বাবে পাকিস্তানত যোৱা কথা আছিল।
  • অহা ২৭ ছেপ্টেম্বৰৰ পৰা ৯ অক্টোবৰ,২০১৯লৈ পাকিস্তানত অনুষ্ঠিত হোৱা কথা আছিল এই মেচ কেইখন।
leaderboard
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি
leaderboard