এদিনীয়া আৰু টি-২০ মেচৰ বাবে পাকিস্তানলৈ যাবলগীয়া শ্ৰীলংকাৰ ১০জন ক্ৰিকেটাৰৰ ভ্ৰমণসূচী বাতিল…

ফাইল ফটো
ফাইল ফটো
  • পাকিস্তানলৈ যাবলগীয়া শ্ৰীলংকা ক্ৰিকেট দলৰ খেলুৱৈসকলৰ ভ্ৰমণসূচী বাতিল।
  • ১০গৰাকী শ্ৰীলংকাৰ ক্ৰিকেটাৰ এই ভ্ৰমণ বাতিল কৰা হৈছে।
  • নিৰাপত্তাৰ কাৰণতেই বাতিল কৰা হৈছে খেলুৱৈসকলৰ ভ্ৰমণ।
  • উল্লেখ্য যে, দলটোৱে ৩খন এদিনীয়া আৰু ৩খন টি-২০ মেচৰ বাবে পাকিস্তানত যোৱা কথা আছিল।
  • অহা ২৭ ছেপ্টেম্বৰৰ পৰা ৯ অক্টোবৰ,২০১৯লৈ পাকিস্তানত অনুষ্ঠিত হোৱা কথা আছিল এই মেচ কেইখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in