ছবিঘৰত ৰত্নাকৰৰ এসপ্তাহ, মুঠ উপাৰ্জন ৩.৩১ কোটি

ছবিঘৰত ৰত্নাকৰৰ এসপ্তাহ, মুঠ উপাৰ্জন ৩.৩১ কোটি
  • ছবিঘৰত ৰত্নাকৰে পাৰ কৰিলে এসপ্তাহ।
  • এসপ্তাহৰ অন্তত ছবিখনৰ মুঠ উপাৰ্জন হৈছে ৩.৩১ কোটি।
  • সপ্তমটো দিনত ছবিখনৰ উপাৰ্জন হৈছে ৪৩.৫ লাখ।
  • অসমৰ বাহিৰত বিগত ৭ টা দিনত ছবিখনে উপাৰ্জন কৰিছে প্ৰায় ১২ লাখ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in