পুলৱামাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী…

পুলৱামাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী…
  • জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ অভিযানত নিহত এজন সন্ত্ৰাসবাদী।
  • মঙলবাৰে পুলৱামা জিলাৰ অৱন্তিপুৰাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল নিৰাপত্তাৰক্ষীয়ে।
  • অভিযানকালত নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে সন্ত্ৰাসবাদীটোৱে।
  • এই গুলীবৰ্ষণৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়েও কৰে গুলীবৰ্ষণ।
  • যাৰ ফলত ঘটনাস্থলীতে নিহত হয় সন্ত্ৰাসবাদীজন।
  • নিহত সন্ত্ৰাসবাদীজনৰ পৰা অস্ত্ৰশস্ত্ৰ আৰু গুৰুত্বপূৰ্ণ নথি পত্ৰ উদ্ধাৰ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in