পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা…

পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা…
  • ৰাজ্যত আৰু ১৪জন লোকৰ দেহত ধৰা পৰিল কোৰোনা ভাইৰাছৰ উপস্থিতি।
  • ইয়াৰে ৫জনৰ হোজাই, ৫ কামৰূপৰ, ২জন কামৰূপ মেট্ৰ'ৰ, ১জন নগাঁৱৰ আৰু এজন ১ পূব কাৰ্বি আংলঙৰ।
  • ৰাজ্যত ৩৯২জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
  • ইয়াৰে ৫৭জন লোক ইতিমধ্যে সুস্থ হৈছে।
  • বৰ্তমানেও ৩২৮জন লোক কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। ৰাজ্যত কোৰোনাত আক্ৰান্ত ৪জন লোকৰ মৃত্যু হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in