শেহতীয়া খবৰ
ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে নেকি যদুকূল ধ্বংসৰ আখৰা? কোৰোনাৰ মাজতে শিলাদিত্যৰ ধুমুহা...  •  জিএমচিএইচত পিপিই কিট পৰিধান কৰি ৮-৯ ঘন্টা কৰ্তব্য কৰা নাৰ্ছ হঠাৎ হ’ল অসুস্থ... VIDEO  •  জলশাক কন্টেইনমেন্ট জ’ন ঘোষণা মুম্বাই পৌৰ নিগমৰ  •  ভাৰতীয় ৰিজাৰ্ৱ বেংকৰ ডেপুটি গৱৰ্ণৰৰ বাবে ৮ গৰাকী প্ৰতিদ্বন্দী  •  বিকাশ ডুবে এনকাউন্টাৰৰ তদন্ত কমিটি গঠন  •  বটদ্ৰৱাত সৰ্পদংশনত এজনৰ মৃত্যু  •  তামুলপুৰত বেংক বিষয়া কোৰোনাত আক্ৰান্ত  •  অসমৰ গৌৰাংগলাল দাস হ’ব টাইৱানত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত  •  জম্মু-কাশ্মীৰত সংঘৰ্ষত সন্ত্ৰাসবাদী নিহত  •  বিজেপিৰ হৈ চাফাই গোৱা শিলাদিত্যৰ বিজেপিৰ পৰাই বিদায়!

পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা…

519
  • ৰাজ্যত আৰু ১৪জন লোকৰ দেহত ধৰা পৰিল কোৰোনা ভাইৰাছৰ উপস্থিতি।
  • ইয়াৰে ৫জনৰ হোজাই, ৫ কামৰূপৰ, ২জন কামৰূপ মেট্ৰ’ৰ, ১জন নগাঁৱৰ আৰু এজন ১ পূব কাৰ্বি আংলঙৰ।
  • ৰাজ্যত ৩৯২জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
  • ইয়াৰে ৫৭জন লোক ইতিমধ্যে সুস্থ হৈছে।
  • বৰ্তমানেও ৩২৮জন লোক কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। ৰাজ্যত কোৰোনাত আক্ৰান্ত ৪জন লোকৰ মৃত্যু হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি