শেহতীয়া খবৰ
কামৰূপ (মঃ)ত লকডাউনৰ শিথিলতা সন্দৰ্ভত দেওবাৰে জনাব সবিশেষ, টুইটাৰযোগে ঘোষণা মুখ্য সচিবৰ...  •  জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত দুটা সন্ত্ৰাসবাদী...  •  ধেমাজিৰ প্ৰতিস্থিত ব্যৱসায়ী মনোজ চুতীয়াৰ মৃত্যু...  •  মণিপুৰত বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৯জন লোক  •  চেঙাৰ ছাটাত ড্ৰাগছ ব্যৱসায়িক উত্তম মধ্যম দি ৰাইজে গতালে আৰক্ষীক, VIDEO  •  আনফৰ ফাউণ্ডেশ্যনৰ উদ্যোগত মোৰাঝাৰত ছেনিটাইজেশ্যন  •  সৰ্বানন্দ সোণোৱাল ৰাজহাড় নাইকীয়া মুখ্যমন্ত্ৰীঃ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, VIDEO  •  শ্ৰীশ্ৰীগুৰু পূৰ্ণিমাত গুৰু বন্দনা কৰিবলৈ ৰাজ্যবাসীক আহ্বান শিশু শিক্ষা সমিতিৰ... VIDEO  •  দিল্লীত ৯৭ সহস্ৰাধিকলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা, ২৪ ঘন্টাত ২৫০৫জনৰ দেহত কোভিড-১৯...  •  বিজেপি নিৰ্বাচন জয়ী হোৱাৰ যন্ত্ৰ নহয়ঃ প্ৰধানমন্ত্ৰী

২০১৯ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল ভাৰতৰ অভিজিৎ বেনাৰ্জীলৈ…

894
  • অৰ্থনীতিৰ ন’বেল ঘোষণা।
  • এইবৰ্ষৰ অৰ্থনীতিৰৰ ন’বেল সন্মান লাভ কৰিছে ভাৰতৰ অভিজিৎ বেনাৰ্জীৰ লগতে এক্টৰ ডোফ’লো, মাইকেল কেমৰৱে।
  • কলকাতাত জন্ম হৈছিল অভিজিৎ বেনাৰ্জী।
  • বৰ্তমান আমেৰিকাত অৰ্থনীতিবিদৰূপে সুপ্ৰতিষ্ঠিত তেওঁ।
Image result for Abhijit Banerjee
  • বিশ্বৰ পৰা দ্ৰৰিদ্ৰতা হ্ৰাস কৰাৰ বাবে প্ৰয়োগাত্মক দৃষ্টিকোণৰ বাবে প্ৰদান কৰা হৈছে এই সন্মান।
  • ১৯৬১ চনৰ ২১ ফেব্ৰুৱাৰীত জন্ম বেনাৰ্জীৰ।
  • Jawaharlal Nehru Universityৰ পৰা অৰ্থনীতি বিষয়ত এম এ বেনাৰ্জী।
  • ১৯৮৮ চনত আমেৰিকাৰ Harvard Universityৰ পৰা পি এইচ ডি উপাধি লাভ কৰে বেনাৰ্জীয়ে।
  • বেনাৰ্জী এম আই টি ফুড ফাউনণ্ডেচনৰ আন্তৰাষ্ট্ৰীয় অধ্যাপক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি