শেহতীয়া খবৰ
টুটু আমাৰ বৰ মৰমৰ আছিল...  •  টুটু আমাৰ বৰ মৰমৰ আছিল...  •  কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল...  •  মন্ত্ৰী ৰঞ্জিত দত্তক ক'লা পতাকা প্ৰদৰ্শন  •  ১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি  •  সান্ধ্য আইনৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোষ্টাৰ ফলাৰ অভিযোগ  •  আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ  •  CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি...  •  অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ...  •  এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী

অন্ধবিশ্বাস! ৪ জনক হত্যা দুস্কৃতিকাৰী দলৰ…

693
  • ঝাৰখণ্ডৰ গুমলাত নৃশংস হত্যাকাণ্ড।
  • দুস্কৃতিকাৰীৰ দলে মৰিয়াই হত্যা কৰিলে ৪ জনকৈ লোকক।
  • গুমলাৰ আৰক্ষী অধীক্ষক অঞ্জনী কুমাৰ ঝাই সদৰি কৰা অনুসৰি ১০-১২ জন দুস্কৃতিকাৰীয়ে সংঘটিত কৰে এই হত্যাকাণ্ড।
  • অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ আৰক্ষীৰ।
  • স্থানীয় লোকৰ মতেও নিহত আটাইকেইজনক যাদু মন্ত্ৰৰে জড়িত আছিল।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি